গুৱাহাটী

জিএমচিএইচৰ সমীপত অগ্নিকাণ্ড…

asomiyapratidin
  • মহানগৰীৰ ভঙাগড়ত অগ্নিকাণ্ড।
  • কেইবাটাও বাসগৃহ জাহ গৈছে জুইত।
  • জিএমচিএইচৰ সমীপতে সংঘটিত এই অগ্নিকাণ্ড।
  • জুই নিৰ্বাপন কৰিছে অগ্নিনিৰ্বাপক বাহিনীয়ে।