গুৱাহাটী

সোমবাৰৰ পৰা পুনৰ ফেৰী সেৱা মুকলি…

asomiyapratidin
  • পুনৰ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰীসেৱা মুকলিৰ সিদ্ধান্ত।
  • ৫ অক্টোবৰৰ পৰা মুকলি হ'ব ফেৰী সেৱা।
  • ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বন্ধ কৰা হৈছিল ফেৰী সেৱাসমূহ।