গুৱাহাটী

বিশিষ্ট সাহিত্যিক প্ৰণৱ জ্যোতি ডেকা অসুস্থ

Asomiya Pratidin
  • বিশিষ্ট সাহিত্যিক প্ৰণৱ জ্যোতি ডেকা অসুস্থ

  • কুমাৰ নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছে তেখেত

  • বৰ্তমান স্বাস্থ্যৰ কিছু উন্নতি ঘটিছে

  • চিকিৎসকৰ মতে তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ

  • দুই-এদিনতে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়া হব তেওঁক।