গুৱাহাটী

নৱমীৰ মাজতে ভূমিকম্পই কঁপালে মহানগৰী…

asomiyapratidin
  • ভূমিকম্পই কঁপাই গ'ল গুৱাহাটী মহানগৰী।
  • সন্ধিয়া প্ৰায় ৬.০৬ বজাত অনুভূত হয় এই ভূমিকম্প।
  • গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হয় ভূমিকম্প।
  • বৰ্তমানলৈ কোনো ক্ষয়ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।