গুৱাহাটী

ভূমিকম্পই জোঁকাৰি গ’ল গুৱাহাটী….

asomiyapratidin
  • নিশা ভূমিকম্পই জোঁকাৰি গ'ল গুৱাহাটী মহানগৰী।
  • নিশা ১১.০৯ বজাত অনুভূত হয় এই ভূমিকম্পৰ জোঁকাৰণি।
  • এই ভূমিকম্পৰ অভিকেন্দ্ৰ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
  • কেইবা ছেকেণ্ডৰ বাবে অনুভূত হয় এই ভূমিকম্পন।