গুৱাহাটী

ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী…

asomiyapratidin
  • প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ'ল গুৱাহাটী মহানগৰ।
  • সন্ধিয়া প্ৰায় ৭.৪১ বজাত অনুভূত হয় এই ভূমিকম্প।
  • ভূমিকম্পৰ অভিকেন্দ্ৰ বিষয়ে জানিব পৰা হোৱা নাই।
  • কেইবা ছেকেণ্ড ধৰি অনুভূত হয় কম্পন।