গুৱাহাটী

মহানগৰীত ভূমিকম্পৰ জোকাৰণি

asomiyapratidin
  • মৃদু ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী মহানগৰীক।
  • বিয়লি প্ৰায় ৫.০১ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
  • এতিয়ালৈকে অহা নাই ক্ষয় ক্ষতিৰ কোনো খবৰ।