গুৱাহাটী

আজি কামৰূপ (মহানগৰ)ত ড্ৰাই ডে’…

asomiyapratidin
  • বৃহস্পতিবাৰে কামৰূপ (মহানগৰ) জিলাত ড্ৰাই ডে'।
  • মেঘালয়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বাবে ড্ৰাই ডে' ঘোষণা কৰা হৈছে কামৰূপ (মহানগৰ) জিলাত ।
  • ভোটগ্ৰহণৰ সময়ছোৱাত সম্পূৰ্ণৰূপে সুৰা বিক্ৰী নিষিদ্ধ।
  • এক জাননীযোগে জাৰি কৰিলে এই নিৰ্দেশনা।