গুৱাহাটী

শুকুৰবাৰে গুৱাহাটীত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ

asomiyapratidin
  • শুকুৰবাৰে গুৱাহাটীত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ।
  • দশমী উপলক্ষে ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে।
  • পুৱা ৯ বজাৰ পৰা প্ৰতিমা বিসৰ্জন পৰ্ব আৰম্ভ কৰিবলৈ পূজা সমিতিক আহ্বান জনালে প্ৰশাসনে।
  • দশমীৰ দিনা শান্তি শৃংখলা বজাই ৰাখিবলৈও অনুৰোধ প্ৰশাসনৰ।