গুৱাহাটী

দিছপুৰ আৰক্ষীৰ জালত ২ অবৈধ সোণ সৰবৰাহকাৰী

asomiyapratidin
  • দিছপুৰ আৰক্ষীৰ জালত অবৈধ সোণ সৰবৰাহকাৰী দুটা।
  • ৱাহিদুৰ ৰহমান আৰু ৱাহাজুদ্দিন ৰহমান নামৰ সৰবৰাহকাৰী দুটা আৰক্ষীৰ জালত।
  • দুয়োৰে পৰা এছ আই নিপু কলিতাই ডকাইতি কৰিছিল ৬০খন সোণৰ বিস্কুট।
  • এছ আই নিপু কলিতা বৰ্তমানেও পলাতক।