গুৱাহাটী

‘কা’ৰ বিৰুদ্ধে দীঘলীপুখুৰী পাৰত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ…

asomiyapratidin
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ।
  • মঙলবাৰে পুৱাই দীঘলীপুখুৰী পাৰত প্ৰতিবাদ।
  • সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত এই প্ৰতিবাদ।
  • সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত সদৌ গুৱাহাটী ছাত্র সন্থাৰ বিক্ষোভ কাৰ্যসূচী।