- উগ্ৰতাৰা দেৱালয়ৰ চুৰি হোৱা বিগ্ৰহৰ সন্ধান বিচাৰি অভিযান।
- মহানগৰীৰ ছাবিপুলত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান।
- ছাবিপুলৰ কাৱাৰীৰ দোকানত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান।
- দোকানৰ কৰ্মচাৰী আৰু অভিযুক্তক লগত লৈ অভিযান চলালে ক্ৰাইম ব্ৰাঞ্চে।
- ১৫ নৱেম্বৰত চোৰে লুটিছিল দেৱালয়ৰ মূল বিগ্ৰহ।
- বৰ্তমালৈকে ঘটনাত জড়িতৰ অভিযোগত ৮জনক গ্ৰেপ্তাৰ।