গুৱাহাটী

স্বাধীনতা সংগ্ৰামৰ বীৰ ছহিদৰ সোঁৱৰণত বাইক ৰেলী

asomiyapratidin

ডিজিটেল ডেস্কঃ ১৫ আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামৰ বীৰ ছহিদসকলৰ পবিত্ৰ সোঁৱৰণত এক বাইক ৰেলীৰ আয়োজন কৰা হৈছে।

পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব এই ৰেলী। গুৱাহাটী কমাৰ্চ কলেজৰপৰা শুভাৰম্ভ হ'ব লগা বাইক ৰেলীত মহাবিদ্যালয়খনৰ সকলো সাহসী শিক্ষক, কৰ্মচাৰী,  বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক অংশগ্ৰহণৰ আহ্বান জনাইছে অধ্যক্ষ হোমেশ্বৰ কলিতাই।

অৱশ্যে নিজা খৰচত এই  বাইক ৰেলীত অংশগ্ৰহণ কৰিব লাগিব অংশগ্ৰহণকাৰীসকলে।