গুৱাহাটী

গুৱাহাটীত মুকলি জৈৱিক শৌচালয় আৰু ৱাটাৰ এটিএম

asomiyapratidin
  • মহানগৰীত মুকলি কৰা হ'ল ১৭টা জৈৱিক শৌচালয় আৰু ২০টা ৱাটাৰ এটিএম।
  • গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চৌহদত মুকলি কৰা হয় এই ৱাটাৰ এটিএম।
  • স্মাৰ্ট চিটীৰ অংশ হিচাপে ৱাটাৰ এটিএম কেইটা মুকলি কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
  • মহানগৰীৰ বিভিন্ন ৰাজহুৱা স্থানত নিৰ্মাণ কৰা হৈছে শৌচালয় আৰু ৱাটাৰ এটিএমসমূহ।