- গুৱাহাটী মহানগৰীতো প্ৰভাৱ পৰিছে বন্ধৰ।
- মহানগৰীৰ ৰাজপথত যান-বাহন চলাচল সেৰেঙা।
- ৰাজপথত সাধাৰণ লোকতকৈ আৰক্ষীৰ ভিৰ।
- প্ৰতিটো ট্ৰেফিক পইণ্টতে নিৰাপত্তাৰক্ষী উপস্থিত।
- পুৱা ৫ বজাৰ মহানগৰীৰ ৰাজপথত তহল দি আছে নিৰাপত্তাৰক্ষীয়ে।
- কটকটীয়া নিৰাপত্তা বেষ্টনী গুৱাহাটীত।