- সোমবাৰে মহানগৰীত চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ ১১জন শিশু শ্ৰমিক।
- মহানগৰ জিলা প্ৰশাসনৰ সহযোগত চাইল্ড লাইনে ভৰলুমুখত উদ্ধাৰ কৰে শিশু শ্ৰমিক কেইজনক।
- জিলা শিশু সুৰক্ষা সমিতিক চমজাই দিয়ে শিশু শ্ৰমিক কেইজনক।
- বৰ্তমানলৈকে গুৱাহাটীত হোৱা আটাইতকৈ বৃহৎ শিশু শ্ৰমিক বিৰোধী অভিযান।
- শ্ৰম বিভাগে শিশু শ্ৰমিক কেইজনক ব্যৱহাৰ কৰি থকা মানুহজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।