গুৱাহাটী

মহানগৰীত উদ্ধাৰ ৪ শিশু শ্ৰমিক

asomiyapratidin
  • মহানগৰীত উদ্ধাৰ ৪ শিশু শ্ৰমিক৷
  • শিশু কল্যান আৰু গড়চুক আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় শিশুকেইটা৷
  • 'বছপন বচাও' আঁচনিৰ অধীনত চলোৱা হৈছিল অভিযান৷
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লাইন হোটলত চলিছিল অভিযান৷
  • এই অভিযানতে উদ্ধাৰ হয় শিশু শ্ৰমিককেইটি৷
  • উদ্ধাৰ হোৱা শিশুকেইটাৰ ঘৰ বিহাৰত৷