গুৱাহাটী

চানমাৰী থানাৰ সমীপতে ব্যাপক প্ৰতিবাদ…

asomiyapratidin
  • চানমাৰী থানাৰ সমীপত ব্যাপক প্ৰতিবাদ।
  • থানাৰ সমীপতে গৈ প্ৰতিবাদকাৰীয়ে দিলে আৰক্ষী মুৰ্দাবাদ ধ্বনি।
  • প্ৰতিবাদকাৰী বাধা দিব পৰা নাই আৰক্ষী।
  • প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিব নোৱাৰি নীৰৱ দৰ্শক আৰক্ষী।
  • শ শ প্ৰতিবাদকাৰী সমবেত হৈছে চানমাৰীৰ উৰণীয়া সেতুৰ সমীপত।