গুৱাহাটী

হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ…

asomiyapratidin
  • পূৰ্বতকৈ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
  • এতিয়াও বিপদসীমাৰ ওপৰৰে বৈছে আছে ব্ৰহ্মপুত্ৰ।
  • প্ৰায় ৫ ছেণ্টিমিটাৰ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
  • ইফালে ৰাজ্যৰ কেইবাখনো জিলাত আজিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি।
  • খাদ্য, বাসস্থানৰ অভাৱত হাহাকাৰ কৰিছে বানাক্ৰান্তই।