গুৱাহাটী

বিদপসীমাৰ ৩৫ চেণ্টিমিটাৰ তলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

asomiyapratidin
  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত বৃদ্ধি।
  • আৰু ৩৫ চেন্টিমিটাৰ জলপৃষ্ঠ বৃদ্ধি পালে স্পৰ্শ কৰিব বিপদসীমা।
  • দুপৰীয়া ১ বজাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈছিল ৪৯.২৮ ছেন্টিমিটাৰ।
  • বৰষুণৰ বাবেই এই জলপৃষ্ঠ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰত।
  • এই কথা সদৰি কৰিলে কেন্দ্ৰীয় জল আয়োগে।