পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ফেৰী।গুৱাহাটীৰপৰা উত্তৰ গুৱাহাটী অভিমুখী গৈ থকাৰ অৱস্থাতে আৱদ্ধ হৈ পৰে ফেৰীখন।পুৱা প্ৰায় ১০.৩০ বজাত মধ্যমখণ্ড ঘাটলৈ ৰাওনা হৈছিল ফেৰীখন।তাৰ পাছতে এঘণ্টা ধৰি আবদ্ধ হৈ আছে ফেৰীখন।আৱদ্ধ হৈ থকা ফেৰীখনৰ নাম 'নামবৰ'।