গুৱাহাটী

মহানগৰীৰ মাজমজিয়াত বিজেপি নেতাক দুৰ্বৃত্তৰ আক্ৰমণ

Asomiya Pratidin
  • বিজেপি নেতাক আক্ৰমণ

  • গুৱাহাটী মহানগৰ জিলা সম্পাদক বিজয় পাঠকক আক্ৰমণ দুৰ্বৃত্তৰ

  • গুৱাহাটী ৰে'ল ষ্টেছনৰ সন্মুখত আক্ৰমণ কৰে দুৰ্বৃত্তই

  • চোকা অস্ত্ৰৰে সংঘটিত কৰিছিল এই আক্ৰমণ

  • ১৭ টা চিলাই কৰিব লগীয়া হৈছে পাঠকৰ ‍আঘাতপ্ৰাপ্ত স্থানবোৰত

  • প্ৰচূৰ ৰক্তক্ষৰণো হৈছে নেতাগৰাকীৰ

  • বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন পাঠক