গুৱাহাটী

বাইকত অহা দুৰ্বৃত্তই দলিয়াই থৈ গৈছিল চিৰিয়াখানাত গ্ৰেণেড…

asomiyapratidin

ডিজিটেল ডেস্কঃ চিৰিয়াখানাৰ সমীপত থকা চেন্ট্ৰেল মলৰ পদপথত সংঘটিত গ্ৰেণেড বিস্ফোৰণত এতিয়ালৈকে দুজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে।

এই বিস্ফোৰণ কোনে সংঘটিত কৰিলে সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, বাইকত অহা দুজন লোকে গ্ৰেণেডটো দলিয়াই থৈ গৈছিল।উল্লেখযোগ্য যে, সেই সময়তে চেন্ট্ৰেল মলৰ কিছু আগলৈ তালাচী চলাই আছিল।