গুৱাহাটী

ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়তো সোমাল ব্রহ্মপুত্রৰ পানী…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধিৰ পিছতে বিপদসীমা অতিক্ৰম কৰি বুৰ গল মহানগৰীৰ ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় । একাঠু পানীত ডুব যোৱা বিদ্যালয় খনৰ চৌহদৰ গোটেই শ্ৰেণীকোঠাবোৰ পানীৰ তলত ।

ইফালে এই পানী বৃদ্ধিৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষ উপস্থিত হৈছে যদিও ভিতৰৰ শ্ৰেণীকোঠাৰ লগতে শিক্ষকৰ কাৰ্যালয় সা- সামগ্ৰীবোৰ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰে । আনহাতে শান্তিপুৰৰ কেইবাটাও পথত পানী সোমাই স্থানীয়লোকে পানীৰ লগতে যাতায়তত হাহাকাৰৰ সন্মুখীন হব লগাত পৰিছে ।