মহানগৰীৰ বেতকুছিত জিএমচিৰ অভিযান।মনোজ আগৰৱালা নেতৃত্বাধীন ৰাজস্থান লাইম উদ্যোগত অভিযান চলাই জিএমচিয়ে।প্রতিষ্ঠানটোৰ বিৰুদ্ধে ট্রেড লাইচেন্স নোহোৱাকৈ ব্যৱসায় চলোৱাৰ অভিযোগ।প্রতিষ্ঠানটোক ৪ লাখ ৫০ হাজাৰ টকাৰ জৰিমনা বিহে গুৱাহাটী পৌৰ নিগমে।