গুৱাহাটী

মহানগৰীৰ বশিষ্ঠ নৈত উটি অহা অৱস্থাত উদ্ধাৰ মৃতদেহ…

asomiyapratidin
  • মহানগৰীৰ বশিষ্ঠ নৈৰে উটি আহিল এজন যুৱকৰ মৃতদেহ।
  • স্থানীয় লোকে নৈৰে উটি অহা পৰিলক্ষিত কৰে মৃতদেহটো।
  • হালিমা বেগম নামৰ এগৰাকী যুৱতীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
  • ঘটনাস্থলীত উপস্থিত হাতীগাঁও আৰক্ষী।
  • এতিয়ালৈ যুৱক জনৰ পৰিচয় পোৱা নাই।