- গুৱাহাটীত আদালতৰ সন্মুখত অনিল ৰাজালৈ চিঞাহী নিক্ষেপ।
- ৰকিবুল হুছেইনে তৰা গোচৰত আদালতত উপস্থিত হৈছিলহি অনিল ৰাজা।
- আদালতৰ পৰা উভতাৰ পথত হঠাৎ অনিল ৰাজালৈ চিঞাহী নিক্ষেপ।
- ৰকিবুল হুছেইনৰ সমৰ্থকৰ বিৰুদ্ধে চিঞাহী নিক্ষেপৰ অভিযোগ।
- আজি আদালতত উপস্থিত হৈছিলহি ৰকিবুল হুছেইনো।
- চিঞাহী নিক্ষেপৰ পাছত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাকৈ অনিল ৰাজাই ত্যাগ কৰে সেই স্থান।
- তাৰপাছতেই ৰকিবুল হুছেইনে সংবাদ মাধ্যমক সম্বোধন কৰে আদালতৰ সন্মুখতে।
- প্ৰায় আধা ঘণ্টা ধৰি সংবাদমাধ্যমৰ সন্মুখত মন্তব্য কৰে হুছেইনে।
- তেওঁৰ সমৰ্থকে চিঞাহী মৰাৰ কথা অস্বীকাৰ।
- এনে কাম বেয়া হৈছে বুলি মন্তব্য ৰকিবুলৰ।