গুৱাহাটী

অনিল ৰাজালৈ চিঞাহীঃ ঘটনাৰে জড়িত ৩জনক আটক আৰক্ষীৰ

asomiyapratidin
  • আদালত চৌহদত অনিল ৰাজাৰ গালৈ চিঞাহী নিক্ষেপ প্ৰসংগ।
  • মহানগৰীৰ বিভিন্ন স্থানৰ পৰা পাণবজাৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে তিনিজনকৈ লোকক।
  • আটক হ'ব পাৰে আৰু কেইবাজনো লোক।
  • আৰক্ষীয়ে আন কেইবাজনো লোকৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান।
  • শনিবাৰে ৰকিবুল হুছেইনে তৰা গোচৰত আদালতত উপস্থিত হৈছিল অনিল ৰাজা।