- অগপ-বিজেপিৰ মিত্ৰতাক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া।
- জুবিন গাৰ্গে ক'লে-
- 'ক্ষমতাৰ অন্বেষণৰ বাবে হয়তো অসম গণ পৰিষদে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিছে।'
- 'ৰাজনৈতিক দলসমূহৰ চালচলন বেলেগ।'
- 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আছো আৰু জাতীয়তাবাদী চেতনাৰে বিৰোধিতা কৰি যাম।'
- আহিবলগীয়া ছবি 'কাঞ্চনজংঘা'ৰ দৃশ্যগ্ৰহণৰ সময়ত এইদৰে মন্তব্য কৰে জুবিনে।
- বাইহাটা চাৰিআলিৰ কামৰূপ-দৰং সীমান্তত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণ।