গুৱাহাটী

আদাবাৰীত চিটীবাছৰ পৰা পৰি মহিলাৰ মৃত্যু

asomiyapratidin
  • গুৱাহাটীৰ আদাবাৰীত অঘটন ।
  • চিটীবাছৰ পৰা পৰি মৃত্যুক সাবটিলে এগৰাকী মহিলাই।
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ।
  • বাছৰ চালক আৰু হেণ্ডিমেনৰ গাফিলতিৰ বাবে সংঘটিত হয় এই ঘটনা।