গুৱাহাটী

বেলতলা বজাৰত ভয়ংকৰ দুৰ্ঘটনা

asomiyapratidin
  • বেলতলা বজাৰত ভয়ংকৰ দুৰ্ঘটনা।
  • এখন ইক' স্পৰ্টছ গাড়ীয়ে মহতিয়ালে স্কুটী আৰোহীক।
  • গুৰুতৰভাৱে আহত স্কুটী আৰোহী গৰাকী।
  • দুৰ্ঘটনা সংঘটিত কৰা স্কুটী খনৰ নম্বৰ এএছ০১-বিইউ-৩০৮১।