গুৱাহাটী

গুৱাহাটী ৰে’লৱে ষ্টেচনত গাঞ্জাসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

asomiyapratidin
  • গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জাসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।
  • নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ লোকজনক।
  • সৰবৰাহকাৰীজনৰ নাম মনজিত্‍ কুমাৰ।
  • ২০ কেজি গাঞ্জাৰ সৈতে ৰে'ল সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিলে তেওঁক।
  • হাৰিয়ানাত ঘৰ ধৃত মনজিত্‍ কুমাৰৰ।