বিনোদন

ন’ এণ্ট্ৰী ছানী! কৰ্ণাটকত দল-সংগঠনৰ প্ৰতিবাদ

asomiyapratidin
  • সোমবাৰে কৰ্ণাটকত প্ৰতিবাদ।
  • প্ৰ' কানাড়া, কৰ্ণাটক ৰক্ষণা ৱেডিক আদি দল-সংগঠনৰ প্ৰতিবাদ।
  • অভিনেত্ৰী ছানী লিঅ'নীক তামিল চিনেমাত অভিনয়ৰ বাবে নিৰ্বাচিত কৰাৰ বিৰোধিতা দল-সংগঠন কেইটাৰ।
  • 'বীৰামাহাদাৱী' নামৰ চিনেমাখনত কাষ্ট কৰা হৈছিল ছানী লিঅ'নীক।