- ভাৰতীয় সংগীত জগতৰ বিশিষ্ট সংগীতকাৰ খয়ামৰ মৃত্যু।
- ৯২ বছৰ বয়সত মৃত্যু হয় এই সংগীতকাৰগৰাকীৰ।
- দীৰ্ঘসময় ধৰি তেওঁ অসুস্থ হৈ আছিল।
- মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল খায়াম।
- সোমবাৰে তেওঁৰ স্বাস্থ্য অধিক সংকটজনক হৈ পৰে।
- খায়ামৰ মৃত্যুত বলিউডত শোকৰ লহৰ।
- কভি কভি, উমৰাওজান আদি বলিউডৰ বিখ্যাত ছবিৰ বাবে তেওঁ ফিল্ম ফেয়াৰ সন্মানেৰে সন্মানিত হৈছিল।
- ১৯৪৭চনতেই তেওঁ আৰম্ভ কৰিছিল সংগীত জগতৰ কেৰিয়াৰ।
- প্ৰথম তেওঁ 'হীৰ ৰাঞ্জা' ছবিৰ বাবে সংগীত দিছিল।
- তেওঁৰ পত্নী জগজীত কৌৰো আছিল এগৰাকী প্ৰতিষ্ঠিত গায়িকা।
- ছগুন, উমৰাও জান আদি ছবিৰ তেওঁ আছিল সংগীতকাৰ।
- সংগীতকাৰ ৰূপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল 'শ্বোলা অ'ৰ ছবনম' ছবিখনৰ জৰিয়তে।