বিনোদন

“চচুৰাল চিমৰ কা”ৰ অভিনেতা আশীষ ৰয়ৰ দেহাৱসান…

asomiyapratidin

ডিজিটেল ডেস্কঃ ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক চচুৰাল চিমৰ কাৰ অভিনেতা আশীষ ৰয়ে ৫৫ বছৰ বয়সত তেওঁৰ মুম্বাইস্থিত ঘৰত মৃত্যুবৰণ কৰে। আশীষ ৰায় কিছুদিনৰ পৰা কিডনীজনিত ৰোগত আক্ৰান্ত আছিল।

তেওঁৰ মৃত্যুৰ সন্দৰ্ভত ধাৰাবাহিকখনৰ মাতাজী চৰিত্ৰ ৰূপায়ন কৰা জয়তি ভাটিয়াই এটা পোষ্ট চেয়াৰ কৰি দুখ প্ৰকাশ কৰিছে। উল্লেখ্য যে আশীষ শৰ্মাই ইয়াৰ পূৰ্বেও তেওঁ শৰীৰ সম্পৰ্কীয় বিষয়ত চৰ্চালৈ আহিছিল। তেওঁ সামাজিক মাধ্যমত সহায় বিচাৰিও পোষ্ট চেয়াৰ কৰিছিল।