বিনোদন

অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ৰণবীৰ-দীপিকা, চাওঁক VIDEO

asomiyapratidin
  • শুকুৰবাৰে পুৱাই পঞ্জাৱত উপস্থিত অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী দীপিকা পাডুকান।
  • অমৃতসৰৰ স্বৰ্ণ মন্দিৰত প্ৰাৰ্থনা কৰিলে বলিউডৰ দম্পতীহালে।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে আছিল ৰণবীৰ আৰু দীপিকাৰ প্ৰথম বিবাহ বাৰ্ষিকী।
  • সেয়েহে শুকুৰবাৰে তেওঁলোকে স্বৰ্ণ মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা জনায়।