বিনোদন

দুঃখবৰ! উচ্চ ৰক্তচাপত ভূগি চিকিৎসালয় ভৰ্তি হৈছে ৰজনীকান্ত…

asomiyapratidin
  • দক্ষিণ ভাৰতীয় চুপাৰষ্টাৰ ৰজনীকান্তক হায়দৰাবাদৰ এপোলো হস্পিটেলত ভৰ্তি কৰা হৈছে।
  • উচ্চ ৰক্তচাপৰ ভূগি চিকিৎসালয়ত ভৰ্তি হৈছে অভিনেতাজন।
  • ৩১ ডিচেম্বৰত ৰজনীকান্তে নিজৰ ৰাজনৈতিক দলৰ ঘোষণা কৰাৰ কথা।
  • হায়দৰাবাদত অন্নাথে ছবিৰ শ্বুটিঙৰ কামত ব্যস্ত আছিল অভিনেতা জন।
  • ছবিখনত ৪ জন সহ অভিনেতাৰ গাত কোভিড ১৯ ধৰা পৰাৰ পিছত শ্বুটিং স্থগিত ৰখা হৈছিল।