বিনোদন

নিক-প্ৰিয়ংকা বিয়াৰ আগতে নেদেখা কিছু ভাইৰেল PHOTO

asomiyapratidin

ডিজিটেল ডেস্কঃ এখন বহু অপেক্ষিত বিয়া, প্ৰিয়ংকা আৰু নিকৰ বিয়া। বিগত বৰ্ষৰ ১ ডিচেম্বৰত ৰাজস্থানৰ যোধপুৰত সম্পন্ন হয় এই বিয়াখন। বিয়াখন হৈ হোৱাৰ পাছতো এই বিয়াখনক লৈ বৰ্তমানেও ছচিয়েল মিডিয়াত চলি আছে ব্যাপক চৰ্চা। বিভিন্ন সময়ত প্ৰিয়ংকা-নিকৰ বিয়াৰ বহু ফটো ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই বিয়াখনৰ নতুন কেইখনমান ফটো। বিয়াৰ বিভিন্ন পৰম্পৰাৰ সময়ত তোলা এই ফটো কেইখন প্ৰিয়ংকাৰ ভগ্নী পৰিনীতি চোপ্ৰাই ইষ্টাগ্ৰামত আপল'ড কৰিছে। উল্লেখ্য যে, প্ৰিয়ংকাৰ এই মেহেন্দী পৰম্পৰাৰ সময়ত তোলা এখন ফটো বিখ্যাত আলোচনী পি'পল মেগাজিনত কভাৰ পেজত দেখা পোৱা গৈছিল।

চাওক প্ৰিয়ংকাৰ এই ফটোবোৰ-

নিকৰ সৈতে এক পৰম্পৰাত প্ৰিয়ংকা
প্ৰিয়ংকাৰ হাতৰ মেহেন্দী
নিকৰ সৈতে এক পৰম্পৰাত
বিবাহৰ এক পৰম্পৰাৰ সময়ত প্ৰিয়ংকা