বিনোদন

বিবাহ সম্পন্ন হোৱাৰ পাছত যোধপুৰ এৰিলে প্ৰিয়ংকা-নিকৰ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে বিবাহ সম্পন্ন কৰাৰ পাছত আজি অৰ্থাৎ সোমবাৰে ৰাজস্থানৰ যোধপুৰৰ ৰাওনা হয় নৱ-দম্পতী নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাই।

উল্লেখ্য যে, যোধপুৰৰ উমেইড ভৱন পেলেচত ১ আৰু ২ ডিচেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছিল বিবাহ। ইফালে, ৰাজপথত দুয়োকে লগ কৰিবলৈ ভিৰ কৰে অনুৰাগীয়ে।