বিনোদন

অভিনেতা দিলীপ কুমাৰ গুৰুতৰভাৱে অসুস্থ

asomiyapratidin
  • অভিনেতা দিলীপ কুমাৰ অসুস্থ।
  • দেওবাৰৰ পৰা চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী।
  • মুম্বাইৰ লীলাৱতী হাস্পতালত চিকিৎসাধীন অভিনেতাগৰাকী।
  • বৰ্তমান ৯৫ বছৰ বয়স অভিনেতাগৰাকীৰ।
  • তেওঁ প্ৰথম অভিনয় কৰা চিনেমাখন আছিল জোৱাৰভাটা (১৯৪৪)।
  • সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি অভিনেতাগৰাকী।