বিনোদন

চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত…

asomiyapratidin
  • দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্ত চিকিৎসালয়ত ভৰ্তি।
  • চেন্নাইৰ কৌভেৰী হাস্পতালত ভৰ্তি হৈছে অভিনেতাগৰাকী।
  • তেওঁ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়খনত ভৰ্তি হোৱা বুলি জানিব পৰা গৈছে।