দক্ষিণৰ চুপাৰষ্টাৰ কে চিৰঞ্জীৱ আক্ৰান্ত হৈছে কোৰোনাত। অভিনেতাজনে সদৰি কৰিছে এই কথা। উল্লেখ্য বৰ্তমান a symptomatic অভিনেতাজন।যোৱা সপ্তাহত তেলেংগানাৰ মুখ্যমন্ত্ৰীকো সাক্ষাত কৰিছিল তেওঁ।