কোৰোনা

দেশত কোৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যাই পাৰ কৰিলে ২৮হাজাৰৰ ঘৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যাই পাৰ কৰিলে ২৮হাজাৰৰ ঘৰ। বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ থকা ৫৮৭গৰাকী ৰোগীৰ মৃত্যুৰ সৈতে দেশত বৰ্তমান মৃতকৰ সংখ্যা হৈছেগৈ ২৮,০৮৪গৰাকী। আনহাতে বিগত ২৪ঘন্টাত দেশত কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ৩৭হাজাৰ ১৪৮গৰাকী লোক। বৰ্তমান দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে ১১লাখ ৫৫হাজাৰ ১৯১গৰাকী।