কোৰোনা

দেশত বৰ্তমানেও কোৰোনাত আক্ৰান্ত হৈ আছে ১৮ লাখতকৈ অধিক লোক…

asomiyapratidin
  • বিগত ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ১৭,৯২১ জন ।
  • কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ২০,৬৫২ জনে ।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ১৩৩ জনৰ ।
  • দেশত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হয় ১,১২,৬২,৭০৭ জন ।
  • কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১,০৯,২০,০৪৬ জন ।
  • বৰ্তমানেও দেশত কোৰোনাত আক্ৰান্ত হৈ আছে ১,৮৪,৫৯৮ জন ।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ১,৫৮,০৬৩ জনৰ ।