অর্থনীতি

পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস…

asomiyapratidin
  • দেওবাৰে হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
  • আজি প্ৰতি লিটাৰ পেট্ৰ'লত হ্ৰাস পালে ৬ পইচা।
  • আনহাতে ডিজেলত হ্ৰাস পালে ৮ পইচাকৈ।
  • আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৭২.৩৮ টকা আৰু ৬৬.৫৩ টকা।