শনিবাৰে বৃদ্ধি পালে পেট্ৰ'লৰ দাম।প্ৰতিলিটাৰ পেট্ৰ'লত ৫ পইচাকৈ বৃদ্ধি।গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.৪৪ টকা।পেট্ৰ'লৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ৮ পইচাকৈ হ্ৰাস পালে ডিজেলৰ মূল্য।গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.৭০ টকা।