অর্থনীতি

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত

asomiyapratidin
  • পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত ।
  • মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ১৩ পইচাকৈ ।
  • প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ১৯ পইচাকৈ।
  • ইণ্ডিয়ান অইলৰ ৱেবচাইট অনুসৰি মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭১.২৭ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬৫.৯০ টকা ।