অর্থনীতি

বুধবাৰে বৃদ্ধি পালে ডিজেলৰ মূল্য

asomiyapratidin
  • বুধবাৰে বৃদ্ধি হ'ল ডিজেলৰ মূল্য।
  • ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৪.৩৫ টকা।
  • ইফালে, মুম্বাইত ডিজেলৰ মূল্য ৭৭.৯৩ টকা প্ৰতিলিটাৰত।
  • দিল্লীত আৰু মুম্বাইত ডিজেলৰ প্ৰতিলিটাৰত বৃদ্ধি পালে ক্ৰমে ০.২৪টকা আৰু ০.২৫টকা।