শনিবাৰে হ্ৰাস পালে পে'ট্ৰল- ডিজেলৰ মূল্য।ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটাৰ পে'ট্ৰলত হ্ৰাস পালে ৮ পইচাকৈ।ইফালে ডিজেল প্ৰতি লিটাৰত হ্ৰাস পালে ৫ পইচাকৈ।দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৭২.৯৮ টকাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৫.৯৫ টকা।