অর্থনীতি

মুকলি হ’ল নতুন ২০ টকীয়া নোট…

asomiyapratidin
  • ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিলে নতুন ২০ টকীয়া নোট।
  • মহাত্মা গান্ধী ছিৰিজৰ এই নতুন ২০ টকীয়া নোট।
  • নতুনকৈ মুকলি হোৱা নোটখনৰ ৰং হৈছে হালধীয়া।
  • ৰিজাৰ্ভ বেংকে সদৰী কৰা অনুসৰি, পুৰণি ২০ টকীয়া নোটো প্ৰচলন অব্যাহত থাকিব বজাৰত।